Jigyas Talent Search Scholarship Examination (JTSSE) has been conducted since 2001. To create a competitive educational atmosphere among the school students of Assam beginning from Class III to Class IX. To make the school students of Assam eligible for the National level competitive examinations like NTSE, NMMSE, NSTSE etc. To identify the talented students hidden in the nook and corner of towns and villages of Assam and help them in building their future careers. To contribute development of the country by creating a healthy academic environment among the students of Assam.
জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত ২০০১ চনৰ পৰা একেৰাহে জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ ইতিমধ্যে এই পৰীক্ষা অসমৰ এক অদ্বিতীয় প্ৰতিযোগিতামূলক পৰীক্ষা হিচাপে পৰিগণিত হৈছে৷ বিদ্যালয় পৰ্যায়ৰ তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশ গঢ়ি তুলি NTSE, NMMSE, NSTSE আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ যোগ্যতা গঢ়ি তোলাই হ’ল এই পৰীক্ষাৰ মুখ্য উদ্দেশ্য৷ অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে থকা সুপ্ত প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই আনি তেওঁলোকৰ ভৱিষ্যৎ জীৱন গঢ়াৰ লগতে এক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰি এখন সুস্থ-সবল সমাজ গঠন কৰা ৷
As the countdown to upcoming exams begins, it’s time to take a crucial step towards your success! Don’t forget to fill out your exam registration form. Completing this form ensures you secure your spot and stay on track for your academic goals. Whether you’re aiming for a top score or simply want to excel, getting your registration in is the first step. Need assistance? We’re here to help! Let’s make sure you’re ready to shine. Fill out your form today and take charge of your future!
Jigyas Talent Search
Scholarship Examination
©2024. Jigyas Talent Search Scholarship Examination