jigyas talent search Scholarship examination

Apply for jtsse exam now

Date of examination 9th November 2025 (Sunday)
Time of examination: 11.00 Am to 02.00 PM

List of JTSSE Centers

SYLLABUS

A. Scholastic Aptitude Test (SAT) : For each class the current syllabus prescribed by SEBA and CBSE.

B. Mental Ability Test (MAT) : Mental Ability Test is the measure of one’s general intelligence or primary abilities whereas Scholastic Aptitude Test is a test of one’s acquired knowledge in respective fields at certian level. Some of the Fundamental mental facilities of the students, such as – Numerical, Verbal, Spatial, Rea- soning and so far.

There are two types of Mental Ability Test: Verbal and Non-Verbal. In a Verbal test an item is stated in language form whereas in a Non-Verbal test the item is represented in pictorial form. For each class the type of questions set in the examination are same. Only the level of the questions will be higher gradually form Class III to X.

পাঠ্যক্ৰম

(ক) শৈক্ষিক প্ৰৱণতা অভীক্ষা (SAT): প্ৰতিটো শ্ৰেণীৰ বাবে ASSEB আৰু CBSE ৰদ্বাৰা প্ৰৱৰ্তিত পাঠ্যক্ৰম।

(খ) মানসিক সামৰ্থ্য অভীক্ষা (MAT): মানসিক সামৰ্থ্য অভীক্ষা হ’ল এগৰাকী ব্যক্তিৰ সাধাৰণ বুদ্ধি বা মুখ্য সামৰ্থ্যবোৰৰ পৰিমাপ। আকৌ শৈক্ষিক প্ৰৱণতা অভীক্ষা (SAT) হ’ল এটা বিশেষ স্তৰত তেওঁৰ নিজস্ব ক্ষেত্ৰত অৰ্জিত জ্ঞানৰ পৰিমাপ। ছাত্ৰ-ছাত্ৰীৰ সাংখ্যিক, শাব্দিক, স্থানাত্মক, যৌক্তিক আৰু অন্যান্য কেইটামান মানসিক সামৰ্থ্যৰ পৰিমাপক।

মানসিক সামৰ্থ্য অভীক্ষা দুই ধৰণৰঃ শাব্দিক (Verbal) আৰু অশাব্দিক (Non-Verbal)। শাব্দিক অভীক্ষাত প্ৰশ্নসমূহ ভাষাৰ মাধ্যমত উত্থাপন কৰা হয়, কিন্তু অশাব্দিক পৰীক্ষাত প্ৰশ্নসমূহ চিত্ৰৰ মাধ্যমতহে উপস্থাপন কৰা হয়। প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰশ্নৰ ধৰণ একেই হয়। মাত্ৰ প্ৰশ্নৰ কঠিনতাৰ স্তৰ তৃতীয়ৰপৰা দশমলৈ ক্ৰমান্বয়ে উচ্চখাপৰ হয়।

TEST PAPER & ANSWER SHEET

1. Each question will carry one mark for all classes. All questions are compulsory.

2. Examinations of all classes will start at a time at 11 A.M. and will be over at 2 P.M. exactly.

3. The answer should be marked in the answer sheet only.

4. Answer to each question is to marked by darkening the circle of the correct alternative from amongst the ones given in circles. Use only ball pen for darkening. If two circles are darkened instead of one, the answer will be cancelled.

5. All the candidates will have to submit the Answer sheet only to the invigilator(s) at the completion of the Examination.

6. Calculators/Pagers/Mobile phones are not allowed.

প্ৰশ্নকাকত আৰু উত্তৰ-পত্ৰ

১) সকলো শ্ৰেণীৰ বাবে প্ৰতিটো প্ৰশ্নতে ১ নম্বৰকৈ থাকিব। প্ৰতিটো প্ৰশ্নই বাধ্যতামূলক।

২) দিনৰ ১১ বজাত সকলো কেন্দ্ৰতে একে সময়তে আটাইবোৰ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হ’ব আৰু ২ বজাত শেষ হ’ব।

৩) প্ৰশ্নসমূহৰ উত্তৰ কেৱল উত্তৰ-পত্ৰতহে কৰিব লাগিব।

৪) প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে চাৰিটা বা পাঁচটা বৃত্তত দিয়া বিকল্পবোৰৰপৰা শুদ্ধ উত্তৰটো ক’লা চিয়াঁহীৰে চিহ্নিত কৰিব লাগিব। কেৱল ব’ল পেনেৰেহে ক’লা চিহ্ন দিব পাৰিব। দুটা বা ততোধিক বৃত্ত ক’লা চিহ্নৰে চিহ্নিত কৰা উত্তৰ অশুদ্ধ বুলি ধৰা হ’ব।

৫) পৰীক্ষা শেষ হোৱাৰ পাছত কেৱল উত্তৰ-পত্ৰ নিৰীক্ষকৰ হাতত অৰ্পণ কৰিব লাগিব।

৬) পৰীক্ষাগৃহত কেলকুলেটৰ/পেজাৰ/ম’বাইল ফোন আদি ব্যৱহাৰ কৰা নিষিদ্ধ।

Class III, IV & V

No. of Question & Distribution of marks

*SAT (Science: 20 + Math’s: 20) Marks

Class Vi, Vii, viii & ix

No. of Question & Distribution of marks

*SAT (Science: 25 + Math’s: 25) Marks